JEE আৰু NEET পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব ?

✍পূৰ্ব নিৰ্ধাৰিত সময়তেই অনুষ্ঠিত হ’ব JEE আৰু NEET পৰীক্ষা।
✍নেশ্যনেল টেষ্টিং এজেন্সী চমুকৈ এন টি এ-য়ে ঘোষণা কৰিছে এই কথা।
✍মঙলবাৰে গাইডলাইন জাৰি কৰাৰ লগতে এই দুয়োটা পৰীক্ষাৰ সন্দৰ্ভত জনাই এন টি এ-য়ে।
✍উল্লেখ্য যে, ১-৬ ছেপ্টেম্বৰলৈ JEE আৰু ১৩ ছেপ্টেম্বৰত NEET পৰীক্ষা অনুষ্ঠিত হ’ব।
✍ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি নজৰ ৰাখি এই সিদ্ধান্ত লৈছে এন টি এ-য়ে।
JEEৰ পৰীক্ষা কেন্দ্ৰ ৫৭০ৰ পৰা ৬৬০ আৰু NEETৰ পৰীক্ষা কেন্দ্ৰ ২৫৪৬ৰ পৰা ৩৮৪৩টালৈ বৃদ্ধি কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *