Inside Tak
Menu
  • Home
  • Covid-19
  • News
  • Result
  • Recruitment
  • Bollywood
Menu

JEE আৰু NEET পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব ?

Posted on August 26, 2020August 26, 2020 by admin

✍পূৰ্ব নিৰ্ধাৰিত সময়তেই অনুষ্ঠিত হ’ব JEE আৰু NEET পৰীক্ষা।
✍নেশ্যনেল টেষ্টিং এজেন্সী চমুকৈ এন টি এ-য়ে ঘোষণা কৰিছে এই কথা।
✍মঙলবাৰে গাইডলাইন জাৰি কৰাৰ লগতে এই দুয়োটা পৰীক্ষাৰ সন্দৰ্ভত জনাই এন টি এ-য়ে।
✍উল্লেখ্য যে, ১-৬ ছেপ্টেম্বৰলৈ JEE আৰু ১৩ ছেপ্টেম্বৰত NEET পৰীক্ষা অনুষ্ঠিত হ’ব।
✍ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি নজৰ ৰাখি এই সিদ্ধান্ত লৈছে এন টি এ-য়ে।
JEEৰ পৰীক্ষা কেন্দ্ৰ ৫৭০ৰ পৰা ৬৬০ আৰু NEETৰ পৰীক্ষা কেন্দ্ৰ ২৫৪৬ৰ পৰা ৩৮৪৩টালৈ বৃদ্ধি কৰা হৈছে।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook

Categories

  • Bollywood
  • Covid-19
  • Jobs
  • News
    • WhatsApp
  • PUBG
  • Result
  • Sports
  • Technology
  • Uncategorized

About Us

  • About Us
  • Contact Us
  • Privacy Policy
©2021 Inside Tak | Design: Newspaperly WordPress Theme