News

JEE আৰু NEET পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব ?

✍পূৰ্ব নিৰ্ধাৰিত সময়তেই অনুষ্ঠিত হ’ব JEE আৰু NEET পৰীক্ষা।✍নেশ্যনেল টেষ্টিং এজেন্সী চমুকৈ এন টি এ-য়ে ঘোষণা কৰিছে এই কথা।✍মঙলবাৰে গাইডলাইন জাৰি কৰাৰ লগতে এই দুয়োটা পৰীক্ষাৰ সন্দৰ্ভত জনাই এন টি এ-য়ে।✍উল্লেখ্য যে, ১-৬ ছেপ্টেম্বৰলৈ JEE আৰু ১৩ ছেপ্টেম্বৰত NEET পৰীক্ষা অনুষ্ঠিত হ’ব।✍ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি নজৰ ৰাখি এই সিদ্ধান্ত লৈছে এন টি এ-য়ে।JEEৰ পৰীক্ষা কেন্দ্ৰ ৫৭০ৰ …

Assamese News Headlines@ insidetak.com

Assamese News Headlines@ insidetak.com

নমস্কাৰ প্ৰিয় পাঠক, আজিৰ হেডলাইন শিতানলৈ স্বাগতম । আৰম্ভ কৰিব লৈছো বিগত ২৪ ঘন্টাৰ কিছু গুৰুত্বপুৰ্ন খবৰ । মংগলবাৰে ৰাজ্য খনত ২৪ ঘন্টাৰ ভিতৰত নতুনকৈ ১৯৭৩ জন লোকৰ দেহত ধৰা পৰে মাৰাত্মক ক’ৰোণা । ইয়াকে লৈ সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা হয়গৈ ৮৪৩১৭ গৰাকী । ইয়াৰ বিপৰীতে অসমত বুধবাৰে ১৭২৪ জন ৰোগীয়ে আৰোগ্য লাভ কৰে । মংগলবাৰে …

CAA ৰ পৰা ৰাজনীতিলৈ ৰাজ্যৰ একাংশ শিল্পী

ৰাজ্যৰ একাংশ শিল্পীৰ যেন এতিয়া CAA আন্দোলনৰ প্ৰতি মোহ ভংগ হৈছে । আন্দোলন কৰি যেন সকলো ভাগৰি পৰিল, আৰু বুজি উঠিছে যেন এয়া সময় ৰাজনীতি কৰাৰ । আহি আছে ২০২১ ত বিধান সভা নিৰ্বাচন । সকলোকে যেন মন্ত্রী বিধায়কৰ গাদি লাগে । সেইকাৰনে বিভিন্ন দলত এতিয়া দেখা গৈছে গায়ক গায়িকা, অভিনেতা অভিনেত্ৰী লগতে অন্যান্য সাংস্কৃতিক …

Assamese Daily News Headlines

ৰবিবাৰে ৰাজ্য খনত ২৪ ঘন্টাৰ ভিতৰত নতুনকৈ ১২৭২ জন লোকৰ দেহত ধৰা পৰে মাৰাত্মক ক’ৰোণা । ইয়াকে লৈ সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা হয়গৈ ৯০৭৪০ গৰাকী । ইয়াৰ বিপৰীতে শনিবাৰ লৈকে অসমত আৰোগ্যৰ সংখ্যা ৬৭৬৪১ জন। বৰ্তমান ৰাজ্যত ২২৮৫৪ জন ৰোগী বিভিন্ন কভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু এই পৰ্যন্ত ২৪২জনে কৰুণ ভাৱে মৃত্যুক সাৱটি লৈছে । …

জাক-জমকতাত নাই প্ৰকৃত সুখ

জাক-জমকতাত নাই প্ৰকৃত সুখ :আমি সৰুৰে পৰা এষাৰ কথা শুনি আহিছো মানুহে হেনো দুখ দেখিলে হে প্ৰকৃত সুখ উপলব্ধি কৰিব পাৰে।এই কথাটিকে প্ৰমাণিত কৰা এটি কাহিনী মই দিব্য জ্যোতি শৰ্মাই inside talk ৰ জৰিয়তে লৈ আহিছো আপোনালোকৰ ওচৰলৈ। এটি মোবাইল,একবিংশ শতিকাৰ এক অভিন্ন অংগ যিটো বৰ্তমান জগতত সকলোৰে হাতে হাতে উপলব্ধ কিন্তু এদিন আপোনাৰ অকস্মাতে …