Inside Tak
Menu
  • Home
  • Covid-19
  • News
  • Result
  • Recruitment
  • Bollywood
Menu

Assamese News: Headlines @ Inside Tak

Posted on August 18, 2020August 18, 2020 by admin
  1. সংগীত নাটক একাডেমি বঁটাৰে বিভূষিত, ভাৰতীয় ধ্ৰুপদী সংগীতৰ এজন পুৰোধা ব্যক্তি পদ্মবিভূষণ পণ্ডিত যশৰাজে ৮০ বছৰীয়া সাংগীতিক জীৱনৰ বৰঙণি দি থৈ ১৭ আগষ্ট ২০২০ তাৰিখে ইহলীলা সম্বৰণ কৰে। তেখেতৰ মৃত্যু ভাৰতীয় সংগীত জগতৰ এক অপূৰণীয় ক্ষতি ।
  2. ক’ ৰনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সদনৰ বৰ্ষাকলিন অধিবেশনত প্ৰথম বাৰৰ বাবে কিছুমান নতুন ব্যৱস্থা দেখিব পোৱা যাব। ৰাজ্যসভাৰ সভাপতি এম. ভেনকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই জানিব দিয়া অনুসৰি বৰ্তমান পৰিস্থিতিৰ বিভিন্ন বাধা নিষেধৰ বাবে দুখন সদনৰে অধিবেশনত চেম্বাৰ আৰু গেলেৰী ব্যবহাৰ কৰা হব। এই নতুন পৰিবৰ্তনৰ বাবে সকলো ব্যৱস্থা এই মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সংকলিষ্ট বিভাগক উপৰাষ্ট্ৰপতি দেৱে নিৰ্দেশ প্ৰদান কৰে ।
  3. অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজিবলৈ ২ লাখ টকাৰ অনুদান জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনৰ ! ফেচবুক যোগে অনুদান আগবঢ়োৱাৰ কথা সদৰি কৰিলে শিল্পী গৰাকীয়ে লগতে জনসাধাৰণকো সাহায্য প্ৰদানৰ বাবে আহ্বান জনায় ।
  4. পুণৰ গেৰুৱা বসন ধাৰণ কৰি নিজ দৃষ্টিত ৰত্নাকৰৰ পৰা বাল্মিকী হ’ল অভিনেতা যতীন বৰা । “কা” আন্দোলনকাৰীক বিধ্বংসকাৰী হিচাপে কটাক্ষ যতীনৰ ।
  5. দেশত সোমবাৰে এদিনতে সৰ্বোচ্চ সংখ্যক ৫৭৫৮৪ জন কভিদ ৰোগীৰ আৰোগ্য লাভ। দেশত বৰ্তমান আৰোগ্যৰ সামগ্ৰিক হাৰ ৭২ শতাংশ ।
  6. দেশৰ সাগৰ আৰু নদী সমূহত থকা ডলফিনৰ সংৰক্ষণ আৰু প্ৰতিৰোধৰ বাবে শীঘ্ৰে আঁচনি গ্ৰহণ কৰা হব বুলি কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰী প্ৰকাশ যবেদকৰৰ ঘোষণা ।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook

Categories

  • Bollywood
  • Covid-19
  • Jobs
  • News
    • WhatsApp
  • PUBG
  • Result
  • Sports
  • Technology
  • Uncategorized

About Us

  • About Us
  • Contact Us
  • Privacy Policy
©2021 Inside Tak | Design: Newspaperly WordPress Theme