Inside Tak
Menu
  • Home
  • Covid-19
  • News
  • Result
  • Recruitment
  • Bollywood
Menu
Akhil Gogoi News

Akhil Gogoi News : ‘মোক,অখিলক,অখিলৰ ল’ৰা, তাৰ মাকক গুলিয়াই পৰিয়ালটো ধ্বংস কৰি থৈ যা’

Posted on January 7, 2021January 8, 2021 by admin

Akhil Gogoi News : Gauhati High Court rejects Bail Petition

Akhil Gogoi News

আজি গুৱাহাটী উচ্চতম ন্যায়ালয়ে অখিল গগৈৰ জামিন আবেদন নাকচ কৰাৰ পিছতেই অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে কান্দি কান্দি বহু প্ৰশ্নৰ উত্থাপন কৰিছে।

Akhil Gogoi News : অখিল গগৈৰ মাতৃয়ে কি মন্তব্য কৰিলে?

অখিল গগৈৰ মাতৃয়ে অখিলে কি বেয়া কাম কৰিছে, সেই প্ৰশ্নৰ উত্থাপন কৰি কয় যে তেওঁকে ধৰি অখিল গগৈ, অখিলৰ গগৈৰ পুত্ৰ সন্তান আৰু অখিল গগৈৰ পত্নীক গুলিয়াই হত্যা কৰি পৰিয়ালটো ধ্বংস কৰি ৰাজপাট খাবলৈ চৰকাৰলৈ আহ্বান জনাইছে। 

ইতিমধ্যে অখিল গগৈৰ জামিন আৱেদন নাকচ হোৱাৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তত তিব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাইজে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তন চলি থকাৰ মাজতে অখিল গগৈৰ জামিন আৱেদন নাকচ হোৱাৰ লগে লগে তিব্ৰ প্ৰতিবাদ কৰা হয় আৰু বিজেপি চৰকাৰক তিব্ৰ সমালাচনা কৰা হয়।

কেতিয়ালৈ মুকলি আকাশৰ তলত আহিব অখিল গগৈ, তাত আৰু এবাৰৰ কাৰনে প্ৰশ্ন চিহ্ন থাকি গ’ল।

Related Posts : Click Here

Latest Job Vacancy : Click Here

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook

Categories

  • Bollywood
  • Covid-19
  • Jobs
  • News
    • WhatsApp
  • PUBG
  • Result
  • Sports
  • Technology
  • Uncategorized

About Us

  • About Us
  • Contact Us
  • Privacy Policy
©2021 Inside Tak | Design: Newspaperly WordPress Theme