Inside Tak
Menu
  • Home
  • Covid-19
  • News
  • Result
  • Recruitment
  • Bollywood
Menu

লকডাউনৰ সময়ত বিৰাটে পত্নী অনুষ্কাই কৰা বলিং হে অনুশীলন কৰিলে

Posted on September 26, 2020October 10, 2020 by admin

কেতিয়াবা ডাঙৰ মানুহৰো জিভা পিছলে।

এই কথাটোৱে সত্য প্ৰমাণিত হল বৃহস্পতিবাৰে হোৱা আই পে এল মেচৰ কমেণ্ট্ৰৰীৰ সময়ত। স্বনামধন্য ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে কমেণ্ট্ৰৰীৰ সময়তে এক আপত্তিজনক মন্তব্য কৰি বিৰাট কোহলী আৰু পত্নী অনুষ্কা শৰ্মাক বিব্ৰত কৰি তোলে।

তেওঁ বিৰাট কোহলীৰ বেটিঙৰ বিষয়ে কয় যে,”লকডাউনৰ সময়ত বিৰাটে পত্নী অনুষ্কাই কৰা বলিং হে অনুশীলন কৰিলে। এই অনুশীলনে বিৰাটৰ বেটিং প্ৰদৰ্শন উন্নত কৰাত একো অৰিহনা যোগাব নোৱাৰে। “

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook

Categories

  • Bollywood
  • Covid-19
  • Jobs
  • News
    • WhatsApp
  • PUBG
  • Result
  • Sports
  • Technology
  • Uncategorized

About Us

  • About Us
  • Contact Us
  • Privacy Policy
©2021 Inside Tak | Design: Newspaperly WordPress Theme