অসমত কৰোনাৰ সংহাৰ: প্ৰতি মুহুৰ্তৰ খবৰ@Inside Tak

অসমত কৰোনাৰ সংহাৰ: প্ৰতি মুহুৰ্তৰ খবৰ@Inside Tak

অসমত শণিবাৰৰ দিনটোত নতুনকৈ ১৭৩৬ জন আক্ৰান্ত হৈছে কৰোনাত। আজি ৰাজ্যত সৰ্বমুঠ ২৫৮৩১ গৰাকী ব্যক্তিক পৰীক্ষা কৰা হয় আৰু তাৰে ১৭৩৬ গৰাকীৰ দেহত ধৰা পৰে মাৰাত্মক কৰোনা।

লগতে যোৱা ২৪ ঘন্টাত অসমত পুনৰ ১৩ গৰাকী ৰোগীয়ে কৰোনাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে।

যোৱা ২৪ ঘন্টাত জিলা ভিত্তিক কৰোনা আক্ৰান্তৰ সংখ্যা হৈছে:

কামৰুপ ( ম) : ৩৯৭

যোৰহাট: ১৪৫

ডিব্ৰুগড়: ১৩০

ইয়াৰ লগতে ৰাজ্যত ১৫৯৫ গৰাকী ৰোগী যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ যাবলৈ সক্ষম হয ।

ইযাৰ লগে লগে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা ‍১৬৯১১০ লৈ বৃদ্ধি হয়। তাৰে ভিতৰত ১৩৮৩০৭ গৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে ।বৰ্তমান সক্ৰিয় কৰোনাৰ ৰোগীৰ সংখ্যা হৈছে ৩০১৬২ আৰু ইতিমধ্যে ৬৩৮ গৰাকীয়ে মৃত্যু মুখত পৰিছে।

📌Alert ~ 1736 #COVID cases detected today out of 25831 tests.

Positivity Rate- 6.72%

Kamrup M- 397; Jorhat- 145; Dibrugarh- 130

↗️Total cases 169110
↗️Recovered 136712
↗️Active cases 31757
↗️Deaths 638

Leave a Reply

Your email address will not be published. Required fields are marked *