অসমত অব্যাহত আছে কৰোনাৰ ভয়াবহ সংক্ৰমন ।শুক্ৰবাৰৰ দিনটোত ৰাজ্যত কৰোনাৰ সংক্ৰমনৰ সকলো তথ্য আমাৰ এই প্ৰতিবেদনত ।
- যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ কৰ’নাত আক্ৰান্তৰ সংখ্যা ১৭৯২ গৰাকী ।
- তাৰ বিপৰীতে আৰোগ্য লাভ কৰি ঘৰমুৱা হয় ১৫৭১ গৰাকী ৰোগী।
- বেয়া খবৰ এই যে কৰোনাত আক্ৰান্ত হৈ আকৌ ১৭ গৰাকীৰ মৃত্যু হয় ।
- নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰৰ ৩৮৭ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৬৯ গৰাকী যোৰহাটৰ, ১০৫গৰাকী কাছাৰৰ, ১২১গৰাকী ডিব্ৰুগড়ৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ১ লাখ ৬৭ হাজাৰ ৩৭৪ গৰাকী ।
- বৰ্তমানলৈ চিকিৎসাধীন অৱস্থাত আছে ৩০,০৩৪ গৰাকী ।
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৩৬ হাজাৰ ৭১২ ৰোগী ।
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে সৰ্বমুঠ ৬২৫ গৰাকী লোকৰ ।
